X Close
X
9846067672

অসম বন্ধ প্ৰত্যাহাৰ


detainedarrested

অসম বন্ধ প্ৰত্যাহাৰ কোচ ৰাজবংশী সন্মিলনীৰ। আজিৰে পৰা আহ্বান জনাইছিল অসম বন্ধৰ। কোকৰাঝাৰত ১৪জন কাৰাৰুদ্ধক মুক্তিৰ প্ৰতিশ্ৰুতি দিলে প্ৰশাসনে। ৩৬ ঘণ্টীয়া বন্ধৰ আহ্বান জনাইছিল সংগঠনটোৱে। প্ৰশাসনৰ প্ৰতিশ্ৰুতিৰ পিছতে অসম বন্ধ প্ৰত্যাহাৰ। ৬ আগষ্টৰ পৰাই কাৰাৰুদ্ধ ১৪জন প্ৰতিবাদকাৰী। কোচ ৰাজবংশী সন্মিলনীয়ে জনজাতিকৰণৰ দাবীত অৱৰোধ কৰিছিল ৰে’লপথ। গোসাঁইগাঁৱত প্ৰতিবাদৰ সময়তে আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হৈছিল প্ৰতিবাদকাৰী। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছিল ১৪জন প্ৰতিবাদকাৰীক।

(ANN NEWS)