X Close
X
9846067672

অৰ্জুন টেণ্ডুলকাৰৰ প্ৰথমটো আন্তঃ ৰাষ্ট্ৰীয় উইকেট দখল


arjuntendulkar

পিতৃৰ কৰ্ম যি সন্তানে অনুকৰণ কৰে তেনে সন্তানৰ ভৱিষ্যত সদায় সফল হয়।তাৰ এক জ্বলন্ত উদাহৰণ দাঙি ধৰিছে ক্ৰিকেটৰ কিংবদন্তি শচীন টেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন টেণ্ডুলকাৰে।পিতৃৰ দৰেই অতি কম সময়ৰ ভিতৰত নিজৰ প্ৰতিভাৰ উমান দিবলৈ সক্ষম হৈছে অৰ্জুনে।মংগলবাৰে  কলম্বোতঅনুষ্ঠিত হৈ যোৱা খেল খনত শ্ৰীলংকাৰ বিৰুদ্ধে প্ৰথমটো আন্তঃ ৰাষ্ট্ৰীয় উইকেট লবলৈ সক্ষম হয়।ভাৰতৰ ১৯অনুৰ্ধৰ ক্ৰিকেট দলৰ খেলা অৰ্জুনৰ এই প্রদর্শনে ভাৰতবাসীৰ মাজত নতুন আশাৰ ৰেঙনি আনিবলৈ সক্ষম হৈছে।

(ANN NEWS ASSAMIYA)