X Close
X
9846067672

এদিনীয়া আন্তৰাষ্ট্ৰীয়ত বিৰাট কোহলী শীৰ্ষত


viratkohli

ক্ৰিকেট আৰু ভাৰত ,যেন এটা মুদ্ৰাৰ দুটা পিঠি। আই চি চি ৰ আন্তঃৰাষ্ট্ৰীয় খেলত শীৰ্ষ স্থান লাভ কৰিছে।সৰ্বমুঠ ৯১১ পইণ্ট দখল কৰি খেলুৱৈ জনে শীৰ্ষ স্থান লাভ কৰিছে।কোহলীৰ এই সফলতাই ভাৰতীয় ক্ৰিকেটক আৰু আগলৈ লৈ যাব আৰু ভাৰতৰ ৰাইজ এইক্ষেত্ৰত বহুত আশাবাদী হোৱা পৰিলক্ষিত হৈছে।

(ANN NEWS ASSAMIYA)