X Close
X
9846067672

জন্মাষ্টমী উপলক্ষে বিভিন্ন স্থানত বোকা ভাওনা


janmashtamii

জন্মাষ্টমী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ল বোকা ভাওনা। চতিয়াত হাজাৰ হাজাৰ লোকে উপভোগ কৰিলে ঐতিহাসিক বোকা খেচা ভাওনা। সমান্তৰালকৈ বোকা ভাওনাৰ আনন্দ ল'লে বাক্সাৰ মুছলপুৰবাসীয়েও।

(ANN NEWS ASSAMIYA)