X Close
X
9846067672

জুনিয়ৰ কাৰাটেত অসমৰ সোণৰ পদক লাভ


Bangladesh AL-daily-sun

অসমৰ বাবে ভাল খবৰ ।নতুন দিল্লীত ১০ আগষ্টৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত হোৱা স্বাধীনতা কাপ কাৰাটে প্ৰতিযোগিতাৰ ছাব জুনিয়ৰ শাখাত অংশগ্ৰহণ কৰি পদক জয় কৰা শ্যামল কলিতা আৰু ডেনিমৰাজ দাসক গুৱাহাটী বিমানবন্দৰত বহ্নিমান কাৰাটে একাডেমী হাজোৰ তৰফৰ পৰা উষ্ম আদৰণি। প্ৰতিযোগিতাত শ্যামল কলিতাই দুটা সোণৰ পদক অৰ্জন কৰাৰ লগতে ডেনিমৰাজ দাসে এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।

(ANN NEWS)