X Close
X
9846067672

জোধপুৰত বায়ুসেনাৰ বিমান দুৰ্ঘটনা গ্ৰস্ত


plane

ৰাজস্থানৰ জোধপুৰত ভাৰতীয় বায়ু সেনাৰ মিগ ২৭ যুঁজাৰু বিমান দূৰ্ঘটনাগ্ৰস্ত।নিয়মীয়া অনুশীলনৰ সময়ত সংঘটিত হোৱা এই দূৰ্ঘটনাত সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয় বিমানখন।আৰু বিমানখনৰ পাইলটগৰাকী ইতিমধ্যে সুৰক্ষিত বুলি জানিব পৰা গৈছে ।

(ANN NEWS ASSAMIYA)