X Close
X
9846067672

লক্ষ্য সেনৰ ঐতিহাসিক স্বৰ্ণ জয়


sen

৫৩বছৰৰ পাছত ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিলে উত্তৰাখণ্ডৰ ১৬বছৰীয়া শ্বাটলাৰ লক্ষ্য সেনে।জাকাৰ্টাত অনুস্থিত এছিয়ান জুনিয়ৰ বেডমিণ্টন প্রতিযোগিতাত স্বৰ্ণ পদক অৰ্জনেৰে ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনে।চূড়ান্ত খেলখনত লক্ষ্য সেনে থাইলেণ্ডৰ কুলনাভূতক পৰাস্ত কৰি স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হয়।ভাৰতীয় বেদমিন্টন সন্থাই সেনলৈ ১০লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব।

(ANN NEWS ASSAMIYA)