X Close
X
9846067672

শ্বেতা নন্দাৰ নতুন শ্ব’ৰুম মুকলি


shwetananda

অমিতাভ বচ্চনৰ কন্যা শ্বেতা নন্দাই মুকলি কৰিলে নতুন কাপোৰৰ শ্ব'ৰুম এম এক্স এছ।এনে সুখৰ মূহৰ্ত্ত পৰিয়ালৰ সকলো সদস্যই বিশেষকৈ মাতৃ জয়া বচ্চনে আগুৱাই যাবলৈ দিলে শুভেচ্ছা।এই শুভ ক্ষণত কেৱল পৰিয়ালৰ সদস্যই নহয় বলীউদৰ বহু কেইগৰাকী তাৰকা যেনে; কৰিশ্মা কাপুৰ,কৰন জোহৰ,কেটৰিনা কাঈফ,নেহা ধুপীয়া আদি উপস্থিত থাকে।

(ANN NEWS ASSAMIYA)