X Close
X
9846067672

সোণৰ পদক জয় নিৰজ চোপ্ৰাৰ


goldmedal

ফিনলেণ্ডত অনুষ্ঠিত হোৱা ছাভ  গেমছত ভাৰতৰ তাৰকা জেভলীন খেলুৱৈ নিৰজ চোপ্ৰাই সোণৰ পদক অৰ্জন কৰে।৮৫.৬৯মিটাৰ দূৰত্বত জেভলীন দলিয়াই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় তেওঁ।

(ANN NEWS ASSAMIYA)