X Close
X
9846067672

অসমীয়া কৃষ্ণকৰ ঘৰত্নগ দুৰ্বৃত্তৰ অগ্নিসংযোগ


Hojai:

ধনশিৰিৰ অসম-নাগালেণ্ড সীমান্তৰ চুঙাজন সীমান্তৰ ৰংপুৰ গাওঁত বুধবাৰে নিশা জীৱন বৰা নামৰ এজন যুৱকৰ ঘৰত অগ্নিসংযোগ কৰি ভুস্মীভূত কৰা ঘটনাৰ প্ৰতিবাদত পথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবা সাব্যস্ত কৰে আছুৱে । নগাৰ এনে দুষ্কাৰ্যৰ বিৰুদ্ধে আছুৱে যোৱা ৪ জানুৱাৰী পুৱাৰে পৰা চুঙাজন বজাৰ চাৰিলিয়েও গেলাবিল দলঙৰ ওপৰত পথ অৱৰোধ কার্যসূচী হাতত লয় ।