X Close
X
9846067672

ডিমাপুৰৰ ধুবিনালাত অসমৰ চোৰাং গাড়ীৰ বৃহৎ বজাৰ


Hojai:

ৰাজ্যত ক্ৰমাৎ গাড়ী চোৰৰ ঘটনা বৃদ্ধি পকি অহাৰ সমান্তৰালভাৱে নাগালেণ্ডৰ সীমান্তৱৰ্তী অঞ্চলত গঢ়ি উঠিছে চুৰি গাড়ীৰ এখন বৃহৎ বজাৰ । চুবুৰীয়া ৰাজ্যখনৰ ডিমাপুৰৰ এক বিশেষ স্থানত অসমৰ পৰা চুৰি হোৱা গাড়ী কম মূল্যত প্ৰতিদিনে বিক্ৰী হৈ আছে । লক্ষণীয়ভাৱে এটা বৃহৎ চক্ৰই আৰক্ষীক মেনেজ কৰি অতি সহজতে ডিমাপুৰলৈ গাড়ী সৰবৰাহ কৰি আছে ।