X Close
X
9846067672

নাগৰিকপঞ্জী: দৰঙত ভয়ংকৰ জালিয়াতি


Hojai:

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীকৰণ (এন আৰ চি)ৰ খচৰা প্ৰকাশক লৈ ৰাজ্যজুৰি ব্যাপক তৎপৰতা অব্যাহত থকাৰ সময়তে দৰং জিলাত পোহৰলৈ আহিছে ভয়ংকৰ জালিয়তিৰ তথ্য । অহা ৩১ ডিচেম্বৰত এন আৰ চিৰ খচৰা প্ৰকাশৰ বাবে জিলা প্ৰশাসনে পূৰ্ণোদ্যমে নথি-পত্ৰ পুনৰীক্ষণ অব্যাহত ৰাখিছে । তাৰ মাজতে পোহৰলৈ আহিছে জিলাখনত একাংশ সন্দেহযুক্ত লোকে জাল নথি পত্ৰৰে এন আৰ চিত নাম অন্তৰ্ভূক্তিৰ চক্ৰান্তৰ এই ভয়ংকৰ তথ্য ।