X Close
X
9846067672

পাঁচখন জিলাত উদ্ধাৰ ভুৱা নথিতিনি জিলাত আটাইতকৈ কম নথি পৰীক্ষা


Hojai:

এন আৰ চিৰ প্ৰথমখন খচৰা প্ৰকাশৰ বাবে ৫ ঘণ্টা বাকী থকা অৱস্থাত ৰাজ্যৰ জিলাই জিলাই উদ্ধাৰ হৈছে ভুৱা নথিৰ দম । যোৱা সময়ছোৱাত দৰং, মৰিগাঁও আৰু শোণিতপুৰ জিলাত সহস্ৰাধিক ভুৱা নথি উদ্ধাৰ হোৱা ঘটনাক লৈ চাঞ্চল্য সৃষ্টি হোৱাৰ সময়তে শেহতীয়াকৈ এন আৰ চি কর্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি, এই তিনি জিলাৰ উপৰি নামনি অসমৰ আন কেইবাখনো জিলাত খচৰা প্ৰকাশৰ  প্ৰাকক্ষণত উদ্ধাৰ হৈছে ভুৱা নথি ।