X Close
X
9846067672

বনাঞ্চলত দৈনিক ৬ হাজাৰ টন কয়লা খনন


Hojai:

ৰাজ্যত ভয়ংকৰ হাৰত চলিছে কয়লাৰ অবৈধ খনন । বিশেষকৈ উজনি অসমৰ তিনিচুকীয়া জিলাত প্ৰতিদিনে বৃহৎ মাত্ৰাত কয়লাৰ চোৰাং খনন আৰু পৰিবহন অব্যাহত আছে । ক'ল ইণ্ডিয়া, বন বিভাগে আৰু আৰক্ষীক মেনেজ কৰি জিলাখনৰ ২০-২৫ জন কয়লা মাফিয়াই বিনাঞ্চল তচনচ কৰি কয়লা খান্দি আছে । তেওঁলোকে আনকি কম সময়ত বেছি হাৰত কয়লা খনন জৰিবলৈ নেপাল, তামিলনাডু, বিহাৰ আদিৰ পৰাও শ্ৰমিক আমদানি কৰিছে ।