X Close
X
9846067672

লাছ ভাগাছত বন্দুকধাৰীৰ গুলীত নিহত দুজন নিৰপত্তিৰক্ষী


crime

মাৰ্কিন চহৰ লাছ ভেগাছৰ এক কেছিনোত দুৰ্বৃত্তৰ গুলীত কালি পুৱাৰ ভাগতে দুজন নিৰাপত্তা বাহিনীৰ জোৱান নিহত হৈছে । আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি, কালি পুৱা আৰিজনা চাৰ্লিছ ডেকাটুৰত বন্দুকধাৰীয়ে গুলীচালনা কৰি পলায়ন কৰে ।

(ANN NEWS)