X Close
X
9846067672

২৪ ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে চার্জশ্বীত দাখিল


Hojai:

অসম লোকসেৱা আয়োগৰ (এ পি এছ চি) পৰা চাকৰি ক্ৰয় কৰি কাৰাগাৰৰ আলহী হোৱা ২৪গিৰাকী ৰাজপত্ৰিয় বিষয়াৰ বিৰুদ্ধে অভিযোগনাম দাখিল কৰে ডিব্ৰুগড় আৰক্ষীয়ে । বিশেষ আদালতত দাখিল কৰা এই অভিযোগনামত ধৃত এ চি এছ এ পি এছ আৰু অন্যান্য সংলগ্ন সেৱাৰ বিষয়াসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আৰু দুৰ্নীতি প্ৰতিৰোধ আইনৰ কেইবাটাও ধাৰা সন্নিবিষ্ট কৰা হয় ।