X Close
X
9846067672

৪০ দিনৰ পিছত আত্মসমৰ্পণ কৰিলে বিষয়া নিশামণি ডেকা


Hojai:

কোলাত তিনিমহীয়া কেঁচুৱা লৈ আত্মসমৰ্পণ কৰিলে কলংকিত এ চি এছ বিষয়া নিশামণি ডেকাই। অসম লোকসেৱা আয়োগ ( এ পি এছ চি)ৰ পৰা চাকৰি ক্ৰয় কৰা গোচৰত অভিযুক্ত ডেকাই কালি কাহিলিপৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে । বিগত ৪০ দিন ধৰি আৰক্ষীৰ চকুত ধুলি দি বিষয়াগৰাকীয়ে আত্মগোপন কৰি আছিল । পোৱা প্ৰায় ১০ বজাত সন্তানসহ বিশেষ শাখাৰ কাৰ্যালয়ত তেওঁ উপস্থিত হয় ।