X Close
X
9846067672

‘জিন্মানামা’ নোহোৱাকৈ আদালতত ২৩ কলংকিত বিষয়া


Hojai:

জিন্মানামা নোহোৱাকৈয়ে আদালতত আচামী হাজিৰ কৰাই চূড়ান্ত গাফিলটি প্ৰদৰ্শন কৰিলে কেন্দ্ৰীয় কাৰাগাৰ কৰ্তৃপক্ষই । ধনৰ বিনিময়ত চাকৰি ক্ৰয় কৰা ২৩ ৰাজপত্ৰিত বিষয়াক জিন্মানামা নোহোৱাকৈয়ে হাজিৰ কৰাই কাৰাগাৰ কৰ্তৃপক্ষই প্ৰদৰ্শন কৰা চূড়ান্ত অৱহেলাত ক্ষুণ্ণ হৈ পৰে বিশেষ আদালত ।