X Close
X
9846067672

ক’ল মাফিয়াৰ জেপত দুৰ্নীতিগ্ৰস্ত ডি এফ অ-বন বিষয়া


Hojai:

উজনিৰ পৰা নামনিলৈ ৰাজ্যৰ সৰ্বত্ৰ অব্যাহত আছে চোৰাং কয়লাৰ ব্যৱসায় । মেঘালয়ৰ পৰা গুৱাহাটীৰ মাজেৰে সৰবৰাহ হৈ থকা চালানহীন কয়লাক কেন্দ্ৰ কৰি বিয়াগোম ছিণ্ডিকেট চলি থকাৰ সমান্তৰালভাৱে শিৱসাগৰৰ মাজেৰে দিনে নিশাই সৰবৰাহ হৈ আছে নাগালেণ্ডৰ কয়লা । অসম-নাগালেণ্ডৰ সীমানৱৰ্তিৰ নাগিনীমৰাকে ধৰি নাগালেণ্ডৰ বিভিন্ন কয়লা খনিৰ পৰা কয়লা কঢ়িওৱা ট্ৰাক বিনাবাধাই জিলাখনৰ মাজেৰেই ৰাজ্যৰ ভিন্ন স্থানলৈ চলাচল কৰি আছে ।