X Close
X
9846067672

কুলভূষণক পাক কাৰাগাৰত চলোৱা হৈছে আতিশয্য


Hojai:

পাকিস্তানত গুপ্তচৰ বৃত্তিৰ গোচৰত দোষী সাব্যস্ত হৈ মৃত্যদণ্ডৰ ৰায় লাভ কৰা কুলভূষণ যাদৱৰ মাতৃ আৰু পত্নীক কালি কাচৰ প্ৰাচীৰৰ বাহিৰৰ পৰা প্ৰাক প্ৰকাসনে মিলিত হোৱাৰ সুযোগ দিয়া ঘটনাক লৈ ২০১৩ চনত লাহোৰ কাৰাগাৰত মৃত্যু হোৱা সৰৱজিৎ সিঙৰ ভগ্নী দলবীৰ কৌৰ ক্ষুদ্ধ হৈ পৰিছে । এনেদৰে পাকিস্তানে কুলভূষণৰ মাতৃ-পত্নীক কাচৰ ঘৰৰ বাহিৰৰ পৰা দেখা কৰিবলৈ দি এক 'নৃশংস ৰসিকতা" কৰা বাকী অভিহিত কৰিছে দলবীৰ কৌৰে ।